[PDF] February 2026 3rd Week Topic Wise Current Affairs in Assamese

এই প’ষ্টটো February 2026 3rd Week Topic Wise Current Affairs in Assamese ৰ ওপৰত আধাৰিত। এই সপ্তাহটোৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰৰ বিষয়ে আপোনাক updated ৰাখিবলৈ ই বিশেষকৈ প্ৰস্তুত কৰা হৈছে।

February 2026 3rd Week Topic Wise Current Affairs in Assamese


National News

  1. Ease of Doing Business সন্দৰ্ভত High-Level Advisory Group গঠন কৰি ‘Viksit Bharat 2047’ সংস্কাৰ অধ্যয়নৰ বাবে MoU স্বাক্ষৰ কৰা সংস্থাটো কোনটো?
    Ans: Indian Institute of Corporate Affairs (IICA).
  2. NHAI 100% ডিজিটেল টোল সংগ্ৰহ কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব?
    Ans: 1 April 2026 ৰ পৰা।
  3. ইলেক্ট্ৰনিকছ আৰু গুৰুত্বপূৰ্ণ খনিজৰ যোগান শৃংখলা শক্তিশালী কৰিবলৈ ভাৰত কোনটো জোটত যোগদান কৰিছে?
    Ans: U.S.-led Pax Silica Coalition.
  4. India AI Impact Summit 2026 উদ্বোধন কোনে কৰিছিল?
    Ans: Prime Minister Narendra Modi.
  5. Vision 2035ৰ অধীনত Offshore Wind Task Force কোন দুটা দেশে আৰম্ভ কৰিছে?
    Ans: India আৰু United Kingdom.
  6. MeitYয়ে আৰম্ভ কৰা ‘VoicERA’ কি?
    Ans: Open-Source Voice AI Stack.
  7. ভাৰত আৰু ব্ৰাজিলে 2030 চনৰ ভিতৰত কিমান বাণিজ্য লক্ষ্য নিৰ্ধাৰণ কৰিছে?
    Ans: $30 Billion.
  8. Ministry of Powerৰ High-Level Committeeৰ অধীনত কোন দুটা সংস্থাৰ একত্ৰীকৰণৰ প্ৰস্তাৱ আছে?
    Ans: Power Finance Corporation (PFC) আৰু REC Limited.
  9. ভাৰতৰ প্ৰথম Net-Zero Panchayat কোনটো?
    Ans: Bela Gram.
  10. বিহাৰত 4,200 মিটাৰ ৰানৱে থকা নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক’ত বিকাশ কৰা হ’ব?
    Ans: Sonepur.
  11. ভাৰতে শেহতীয়াকৈ কোনটো Guinness World Record স্থাপন কৰিছে?
    Ans: Most AI Responsibility Pledges in 24 Hours.
  12. Indo-French Centre for AI in Health ক’ত উদ্বোধন কৰা হৈছিল?
    Ans: AIIMS, New Delhi.
  13. কেৰালা ৰাজ্যৰ বাবে অনুমোদিত নতুন নাম কি?
    Ans: Keralam.
  14. National Monetisation Pipeline 2.0 কোনে আৰম্ভ কৰিছিল?
    Ans: Nirmala Sitharaman.
  15. ‘PRAHAR’ কি?
    Ans: ভাৰতৰ নতুন National Counter-Terrorism Strategy.
  16. ভাৰতৰ আটাইতকৈ ডাঙৰ 16 GWh Lithium-Ion Battery Gigafactory ক’ত স্থাপন কৰা হ’ব?
    Ans: Andhra Pradesh.
  17. ‘Vanjeevi Didi’ উদ্যোগ কোনটো Tiger Reserveএ আৰম্ভ কৰিছিল?
    Ans: Palamu Tiger Reserve.
  18. মহাৰাষ্ট্ৰৰ কোনখন গাঁৱে নিজকে ‘Caste-Free’ বুলি ঘোষণা কৰিছে?
    Ans: Soundala Village.
  19. ‘Meri Rasoi’ আঁচনি কোন ৰাজ্যই আৰম্ভ কৰিছে?
    Ans: Punjab.
  20. Election Commission of Indiaএ কিমান বছৰৰ পাছত National Round Table Conference আয়োজন কৰিছে?
    Ans: 27 বছৰৰ পাছত।
  21. Rashtrapati Bhavanত President Droupadi Murmuএ কাৰ মূৰ্তি উন্মোচন কৰিছিল?
    Ans: C. Rajagopalachari.
  22. 2026–27 মৌচুমৰ বাবে কেঁচা পাটৰ MSP কিমান নিৰ্ধাৰণ কৰা হৈছে?
    Ans: ₹5,925 প্ৰতি কুইণ্টাল।
  23. ‘Banglar Yuva Sathi’ আঁচনি কোন ৰাজ্যই আৰম্ভ কৰিছে?
    Ans: West Bengal.
  24. National Arogya Fair 2026 ক’ত অনুষ্ঠিত কৰা হ’ব?
    Ans: Maharashtra.
  25. 4th World Ocean Science Congress 2026 কোন ৰাজ্যই আয়োজন কৰিছিল?
    Ans: Goa.

International News

  1. 21st G20 Leaders’ Summit ক’ত অনুষ্ঠিত হ’ব?
    Ans: Miami, USA.
  2. AI Impact Summit 2027 কোন চহৰত অনুষ্ঠিত হ’ব?
    Ans: Geneva, Switzerland.
  3. 3rd International AYUSH Conference ক’ত অনুষ্ঠিত হৈছিল?
    Ans: Dubai World Trade Centre.
  4. New Delhi Declaration on AIত 89তম স্বাক্ষৰ কৰা দেশ কোনটো?
    Ans: Bangladesh.

Banking and Financial News

  1. RBIএ ₹38.60 লাখ জৰিমনা কোনটো বেংকৰ ওপৰত আৰোপ কৰিছে?
    Ans: UCO Bank.
  2. RBIএ High-Security Data Centre ক’ত স্থাপন কৰিছে?
    Ans: Bhubaneswar.
  3. ICRAৰ অনুমান অনুসাৰে Q3FY26ত ভাৰতৰ সম্ভাৱ্য GDP বৃদ্ধিৰ হাৰ কিমান?
    Ans: 7.2%.

Appointment and Resignation

  1. Peruৰ Interim President হিচাপে কাক নিযুক্ত কৰা হৈছে?
    Ans: Jose Maria Balcazar.
  2. Netherlandsৰ আটাইতকৈ যুৱ আৰু প্ৰথম openly gay Prime Minister হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিব?
    Ans: Rob Jetten.

Awards

  1. কোনটো Manipuri চলচ্চিত্ৰই BAFTA Award for Best Children’s & Family Film লাভ কৰিছে?
    Ans: Boong.
  2. 2025 ASQ Award for Best Airport at Arrivals globally কোনটো বিমানবন্দৰে লাভ কৰিছে?
    Ans: Mangaluru International Airport.

Defence

  1. Strela-10 VSHORADSৰ live firing test ক’ত অনুষ্ঠিত হৈছিল?
    Ans: Pokhran Range.
  2. 7th India–Japan Joint Military Exercise ‘Dharma Guardian’ ক’ত আৰম্ভ হৈছিল?
    Ans: Uttarakhand.

Sports

  1. Liber Win Champions Cup 2026ৰ প্ৰথম সংস্কৰণৰ বিজয়ী কোন?
    Ans: Pankaj Advani.
  2. Asian Shooting Championships 2026ত ভাৰতে কিমানটা পদক লাভ কৰিছে?
    Ans: 33 Medals.

Book and Author

  1. “The Sage Who Reimagined Hinduism” গ্ৰন্থখনৰ লেখক কোন?
    Ans: Shashi Tharoor.

Important Days

  1. International Mother Language Day কেতিয়া পালন কৰা হয়?
    Ans: 21 February.
  2. National Science Day কেতিয়া পালন কৰা হয়?
    Ans: 28 February.

Obituary

  1. 92 বছৰ বয়সত প্ৰয়াত হোৱা Sahitya Akademi Awardee লেখক কোন আছিল?
    Ans: Sankar.
  2. 71 বছৰ বয়সত প্ৰয়াত হোৱা প্ৰাক্তন Union Minister কোন আছিল?
    Ans: Mukul Roy.